দিহিং নৈত পৰি যুৱকৰ সলিল সমাধি

ডিব্রুগড়ৰ জকাই ১নং ভূৰভূৰীত অঘটন। দেওবাৰে সংঘটিত হয় ঘটনা। নদীত পৰি অকালতে প্ৰাণ গ'ল যুৱকৰ।

author-image
Asomiya Pratidin
New Update
দিহিং নৈত পৰি যুৱকৰ সলিল সমাধি

প্ৰতীকি ফটো

  • ডিব্রুগড়ৰ জকাই ১নং ভূৰভূৰীত অঘটন।

  • দিহিং নৈত পৰি যুৱকৰ সলিল সমাধি।

  • দেওবাৰে সংঘটিত হয় এই ঘটনা।

  • যুৱকজন ১নং ভূৰভূৰী গাঁৱৰ মাধৱ কুৰ্মী।

  • গৌতম কনষ্ট্রাকছন নামৰ এটা প্রতিষ্ঠানৰ কৰ্মী আছিল মাধৱ।

  • প্রতিষ্ঠানটোৰ ঠিকাদাৰৰ হেমাহিৰ বাবেই ঘটনা সংঘটিত হোৱাৰ অভিযোগ।

  • জিঅ’ বেগ নিৰ্মাণকাৰী প্রতিষ্ঠান গৌতম কনষ্ট্রাকছন।

  • প্রতিষ্ঠানটোৰ বিৰুদ্ধে ক্ষোভ স্থানীয় ৰাইজৰ।

  • ঘটনাস্থলীত উপস্থিত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ।