মহানগৰীত ব্যৱসায়ীক আক্রমণৰ চেষ্টা অস্ত্রধাৰী যুৱকৰ দলৰ

মহানগৰীৰ গোটানগৰ নাৰ্চাৰীত চাঞ্চল্যকৰ ঘটনা। ব্যৱসায়ীক আক্রমণৰ চেষ্টা অস্ত্রধাৰী যুৱকৰ দলৰ।

author-image
Asomiya Pratidin
New Update
লাহৰীঘাটত ৫ টাকৈ ঘৰ ভস্মীভূতঃ ফায়াৰ বিগ্ৰেডলৈ শিল নিক্ষেপ...

  • মহানগৰীৰ গোটানগৰ নাৰ্চাৰীত চাঞ্চল্যকৰ ঘটনা।

  • ব্যৱসায়ীক আক্রমণৰ চেষ্টা অস্ত্রধাৰী যুৱকৰ দলৰ।

  • বুধবাৰে সন্ধিয়াভাগত সংঘটিত হয় এই ঘটনা।

  • ৰোহিনী কুমাৰ চৌধুৰী নামৰ ব্যৱসায়ীজনক পিষ্টল দেখুৱাই ভাবুকি।

  • ব্যৱসায়ীজনৰ বাহনত আক্রমণ অস্ত্রধাৰী দুৰ্বৃত্তৰ।

  • ঘটনা সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ।

Advertisment

Also Read: ভাৰতীয় সেনাৰ হাতত নিহত ২ সন্ত্ৰাসবাদী