New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
মালিগাঁৱৰ নিৰ্মীয়মান উৰণীয়া সেতুত অঘটন।
বিদ্যুৎস্পৃষ্ট হৈ ২ শ্রমিক গুৰুতৰভাৱে আহত।
সোমবাৰে দিনৰ ভাগত সংঘটিত এই ঘটনা।
কৰ্মৰত অৱস্থাতে বিদ্যুৎস্পৃষ্ট হয় দুয়োগৰাকী।
ততাতৈয়াকৈ চিকিৎসালয়লৈ প্রেৰণ দুয়োকে।