মাজুলীতো চলি আছে ভোটগণনা

মাজুলীতো চলি আছে ভোটগণনা

author-image
asomiyapratidin
New Update
মাজুলীতো চলি আছে ভোটগণনা

  • মাজুলী জিলা পৰিষদৰ ৪খন আসনত মুঠ ১১গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ।
  • মাজুলী আৰু উজনি মাজুলী আঞ্চলিক পঞ্চায়ত দুখনৰ সদস্য পদৰ মুঠ ২০আসনৰ বাবে ৫৬ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ।
  • ২০ গাঁও পঞ্চায়তৰ সভাপতি পদৰ বাবে ৬৬গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ।
  • একেদৰে জিলাখনৰ ২০খন গাঁও পঞ্চায়তৰ ১৯৪টা ৱাৰ্ডৰ সদস্য পদৰ বাবে প্ৰতিদ্বন্দ্বিতাত নমা মুঠ প্ৰাৰ্থীৰ সংখ্যা হৈছে ৫৪১ গৰাকী।
  • প্ৰথম ৰাউণ্ডত আহতগুৰি, গড়মূৰ, ৰাৱনাপাৰ আৰু ৰতনপুৰ মিৰি গাওঁ পঞ্চায়তৰ ভোটগণনা আৰম্ভ।