Published on:
Updated on:
- মাজুলী-নিমাতী ফেৰী সেৱা পুনৰ আৰম্ভ।
- ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ হ্ৰাস পোৱাৰ বাবে প্ৰশাসনে লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত।।
- ফেৰী ঘাটত পুৱা যাত্ৰীৰ ভিৰ ।
- কোভিড প্ৰ'টকল মানি কেৱল দুচুকীয়া বাহনৰ অনুমতি প্ৰদান কৰিছে জিলা প্ৰশাসনে।।
- ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে বিগত ৫ দিন ধৰি বন্ধ হৈ আছিল ফেৰী সেৱা।
- মাজুলী কমলাবাৰী, অফলামুখ ঘাটৰ ফেৰী সমূহ মুকলি কৰি দিয়াত মাজুলীবাসীৰ কিছু সকাহ ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in