মাজুলীত ১২ গাঁও পঞ্চায়তৰ সদস্যৰ ফলাফল ঘোষণা, বিজেপি-গণশক্তি ১০, কংগ্ৰেছ ২

মাজুলীত ১২ গাঁও পঞ্চায়তৰ সদস্যৰ ফলাফল ঘোষণা, বিজেপি-গণশক্তি ১০, কংগ্ৰেছ ২
  • মাজুলীত ১২ গাঁও পঞ্চায়তৰ সদস্যৰ ফলাফল ঘোষণা।
  • ইয়াৰে ১০টা গাঁও পঞ্চায়তৰ সদস্য পদত নিৰ্বাচিত হৈছে বিজেপি আৰু গণশক্তিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী।
  • ২টা গাঁও পঞ্চায়তৰ সদস্য পদত নিৰ্বাচিত হৈছে কংগ্ৰেছৰ প্ৰাৰ্থী।
  • গড়মূৰত ফলাফল ঘোষণা কৰা ২য়োটা গাঁও পঞ্চায়তৰ সদস্য পদতেই বিজেপি-গণশক্তি সমর্থিত প্ৰাৰ্থীৰ জয়।
  • ৰতনপুৰ মিৰিতো ফলাফল ঘোষণা কৰা গাঁও পঞ্চায়তৰ সদস্য পদত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বিজয় সাব্যস্ত।
  • আহতগুৰিত ৬টা গাঁও পঞ্চায়তৰ সদস্য পদত বিজেপি-গণশক্তি প্ৰাৰ্থীৰ জয়লাভ।
  • কংগ্ৰেছৰ ২ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে আহতগুৰিত।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in