New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/panchayat-election.jpg)
- মাজুলীত ১২ গাঁও পঞ্চায়তৰ সদস্যৰ ফলাফল ঘোষণা।
 - ইয়াৰে ১০টা গাঁও পঞ্চায়তৰ সদস্য পদত নিৰ্বাচিত হৈছে বিজেপি আৰু গণশক্তিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী।
 - ২টা গাঁও পঞ্চায়তৰ সদস্য পদত নিৰ্বাচিত হৈছে কংগ্ৰেছৰ প্ৰাৰ্থী।
 - গড়মূৰত ফলাফল ঘোষণা কৰা ২য়োটা গাঁও পঞ্চায়তৰ সদস্য পদতেই বিজেপি-গণশক্তি সমর্থিত প্ৰাৰ্থীৰ জয়।
 - ৰতনপুৰ মিৰিতো ফলাফল ঘোষণা কৰা গাঁও পঞ্চায়তৰ সদস্য পদত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বিজয় সাব্যস্ত।
 - আহতগুৰিত ৬টা গাঁও পঞ্চায়তৰ সদস্য পদত বিজেপি-গণশক্তি প্ৰাৰ্থীৰ জয়লাভ।
 - কংগ্ৰেছৰ ২ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে আহতগুৰিত।
 
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us