/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/476de3c7-5ebb-4214-9483-bb7931fdc689/madhav.jpg)
madhabdev university
ডিজিটেল ডেস্ক : উত্তৰ অসমবাসীৰ বাবে সুখবৰ। মাধৱদেৱ বিশ্ববিদ্যালয়ত শীঘ্রে আৰম্ভ হ’ব এম.এ আৰু এম.এছ.চিৰ পাঠ্যক্রম। উল্লেখ্য যে নতুনকৈ মুঠ সাতটা বিষয়ত হ’ব পাঠদান।
বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী সভাত এই সিদ্ধান্ত গ্রহণ কৰা হয়। অসমীয়া, ৰসায়ন বিজ্ঞান, প্রাণী বিজ্ঞান, কম্পিউটাৰ বিজ্ঞান, শিক্ষা, ইংৰাজী আৰু অৰ্থনীতি বিভাগত হ’ব পাঠদান। ২১ আৰু ২২ নৱেম্বৰৰ পৰা নামভৰ্তি হ’ব প্ৰক্ৰিয়া আৰম্ভ হ'ব।