মাধ্যমিক শিক্ষা সঞ্চালকালয়ত নতুন সঞ্চালকক নিযুক্তি…

মাধ্যমিক শিক্ষা সঞ্চালকালয়ত নতুন সঞ্চালকক নিযুক্তি…
  • মাধ্যমিক শিক্ষা সঞ্চালকালয়ত নতুন সঞ্চালকক নিযুক্তি।
  • মমতা হোজাইক মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক ৰূপে নিযুক্তি দিয়া হৈছে।
  • পূৰ্বে এই পদত আছিল ফণীন্দ্ৰ জিদুঙ।
  • জিদুঙৰ স্থানত নিযুক্তি দিয়া হৈছে মমতা হোজাইক।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in