ফাইল ফটো
Published on:
Updated on:
- লতাশিলৰ প্ৰতিবাদস্থলীত আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া।
- তেওঁৰ মতে, চৰকাৰী বিষয়া ওলাই আহিছে।
- সংগ্ৰামী যাত্ৰাত সকলো লগ লাগক।
- যি সকলে সুবিধাবাদীৰ স্থিতি লৈছে তেওঁলোক ওলাই আহক।
- জাতি শেষ হ'লে কাক লৈ ৰাজনীতি কৰিব।
- দেশপ্ৰেম জাতি প্ৰেমৰ নিদৰ্শন দেখুৱাব লাগিব।
- বদনসকলৰ বিৰুদ্ধে সকলো ওলাই আহিব।
- নাটক কৰিছে বিৰেন্দ্ৰপ্ৰসাদ বৈশ্যৰ লগতে অতুল বৰা, ফণীভূষণ চৌধুৰী, কেশৱ মহন্তই।
- এইসকল অসমৰ গণ শত্ৰু।
- অসমৰ ৰাইজে শান্তিপূৰ্ণভাৱে আন্দোলন কৰিছে।
- ইয়াত তৃতীয় পক্ষ আছে।
- চৰকাৰী মানুহ জড়িত আছে ইয়াত।
- আন্দোলনত বিপথে নিব বিচাৰিছে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in