মাধৱদেৱ কলাক্ষেত্ৰ আৰু মাধবদেব বিশ্ববিদ্যালয়কলৈ বিজেপি চৰকাৰৰ প্ৰতাৰনাৰ বিৰুদ্ধে সোচ্ছাৰ লুৰিন…

মাধৱদেৱ কলাক্ষেত্ৰ আৰু মাধবদেব বিশ্ববিদ্যালয়কলৈ বিজেপি চৰকাৰৰ প্ৰতাৰনাৰ বিৰুদ্ধে সোচ্ছাৰ লুৰিন…

author-image
asomiyapratidin
New Update
মাধৱদেৱ কলাক্ষেত্ৰ আৰু মাধবদেব বিশ্ববিদ্যালয়কলৈ বিজেপি চৰকাৰৰ প্ৰতাৰনাৰ বিৰুদ্ধে সোচ্ছাৰ লুৰিন…

ডিজিটেল সংবাদ,বান্দৰদেৱা : মঙলবাৰে মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত উপস্থিত হয় লুৰিনজ্যোতি গগৈ।জন্মস্থানত উপস্থিত হৈ বাহিৰৰ পৰাই সেৱা জনাই লুৰিনজ্যোতি সোচ্ছাৰ হ'ল মাধৱদেৱ বিশ্ববিদ্যালয়ৰ আৰু মাধৱদেৱ কলাক্ষেত্ৰ প্ৰতি বিজেপি চৰকাৰে কৰা প্ৰতাৰনাৰ বিৰুদ্ধে।

অনাগত সময়ত ইয়াৰ বিৰুদ্ধে সমুচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিয়ে লুৰিনজ্যোতিয়ে।লেটেকুপুখুৰীৰ লগতে উজীৰৰ টোল ৰঙাজানতো সেৱা লয় লুৰিনজ্যোতিয়ে।হাজাৰোধিক বাইক আৰু সৰু বৰ যান বাহনেৰে বিহপুৰীয়া সমষ্টিত এক ৰেলী বাহিৰ কৰে এজেপিয়ে।