Published on:
Updated on:
- উৰুকাৰ নিশা লামডিঙত অঘটন।
- লামডিঙ ৰেলৱে বিবেকানন্দ খেলপথাৰৰ সমীপতে ভয়ংকৰ অগ্নিকাণ্ড।
- পুৱতি নিশা দপদপকৈ জ্বলি উঠিল এটা ৰেলৱে ডবা।
- ৰেল বিভাগৰ সংৰক্ষিত গুৰুত্বপূৰ্ণ এম জি ডবাত অগ্নিকাণ্ড।
- অগ্নি সংযোগ হোৱাৰ ফলত এম জি ডবাটো সম্পূৰ্নৰূপে ভস্মীভূত হয় ৷
- আনফালে, ৰেলৱে কামত ব্যৱহৃত হোৱা লক্ষাধিক টকাৰ ৰেলৱে কেবুল তাৰসমূহ জুইত জাহ যায়।
- জুই লগাৰ প্ৰকৃত কাৰণ বৰ্তমান লৈকে জানিব পৰা নাই।
Code:
Asomiya Pratidin
www.asomiyapratidin.in