লাভলীনাৰ টুইটৰ পিছতে ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগৰ ব্যৱস্থা গ্ৰহণ…

লাভলীনাৰ টুইটৰ পিছতে ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগৰ ব্যৱস্থা গ্ৰহণ…

author-image
asomiyapratidin
New Update
কমনৱেল্থ গেমছ খেলিবলৈ যোৱা লাভলীনাক লৈ কাৰ যড়যন্ত্ৰ?

  • লাভলীনা বৰগোহাঁইৰ বিস্ফোৰক টুইটৰ পিছতে ব্যৱস্থা গ্ৰহণ।
  • লাভলীনাৰ টুইটৰ পিছতেই ক্রীড়া আৰু যুৱ পৰিক্রমা বিভাগৰ ব্যৱস্থা গ্রহণ।
  • ভাৰতীয় অলিম্পিক সংস্থালৈ ক্রীড়া বিভাগৰ নিৰ্দেশ।
  • লাভলীনাৰ বাবে কমনৱেলথ গেমছত প্রশিক্ষকৰ ব্যৱস্থাৰ নিৰ্দেশ।
  • সোমবাৰে লাভলীনাই কৰিছিল টুইট।
  • তেওঁৰ লগত ৰাজনীতি হোৱাৰ অভিযোহ উত্থাপন কৰিছিল।
  • কমনৱেলথ গেমছত নিজৰ প্ৰশিক্ষকক প্ৰৱেশত বাধা দিয়া হৈছিল।