Published on :
Updated on :
- টকিঅ' অভিমুে ৰাওনা হ'ল ভাৰতীয় বক্সিং দলটো।
- উন্নত অনুশীলনৰ বাবে ইটালীত থকা ভাৰতীয় বক্সিং দলটোৱে শুক্ৰবাৰে টকিঅ' অভিমুখে ৰাওনা হৈছে।
- দলটোত আছে অসম কন্যা লাভলীনা বৰগোঁহাই।
- ইয়াৰোপৰি ভাৰতীয় দলটোৰ সৈতে আছে মেৰী কম, অমিত পংঘাল, মনিষ কৌশিক, চিমৰনজিত কৌৰৰ দৰে দেশৰ আগশাৰীৰ বক্সাৰ।
- টকিঅ' অভিমুখে ৰাওনা হোৱাৰ পূৰ্বে ইটালীত ভাৰতীয় জাৰ্ছী পৰিধান কৰি সকলোৱে একলগে উঠিলে ফটো।
Asomiya Pratidin
www.asomiyapratidin.in