পুনৰ এবাৰ ৰাজ্যবাসীক গৌৰৱান্বিত কৰিলে লাভলীনাইঃ আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ কমিটীৰ অধ্যক্ষ নিৰ্বাচিত…

পুনৰ এবাৰ ৰাজ্যবাসীক গৌৰৱান্বিত কৰিলে লাভলীনাইঃ আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ কমিটীৰ অধ্যক্ষ নিৰ্বাচিত…

author-image
asomiyapratidin
New Update
লাভলীনাসহ কোন কোন খেলুৱৈৰ নাম ‘ধ্যানচন্দ খেল ৰত্ন’ বঁটাৰ বাবে মনোনীত, পঢ়ক সবিশেষ…

ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ পদবীত টকিঅ' অলিম্পিক পদক বিজয়ী অসম কন্যা লাভলীনা বৰগোঁহাই। লাভলীনাক আই বি এৰ এথলীট কমিটীৰ পৰিচালক মণ্ডলীত অধ্যক্ষ আৰু ভোটিং মেম্বাৰ হিচাপে নিৰ্বাচিত হৈছে। আন্তৰ্জাতিক বক্সিং সংস্থাই এই কথা ঘোষণা কৰিছে। এই ঘোষণাৰ পিছতেই অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ লগতে দেশৰ বক্সিং ক্ষেত্ৰখন উৎফুল্লিত হৈ পৰিছে।

Advertisment

আনহাতে এই কমিটীৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে অসমৰ আন এগৰাকী অলিম্পিয়ান বক্সাৰ শিৱ থাপা। উল্লেখ্যে যে, মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপ-২০২২ত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ সময়ত লাভলীনাই সৰ্বাধিক সংখ্যক ভোট লাভ কৰি ব'ৰ্ডৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছিল।