Published on:
Updated on:
- ৩০ জুনলৈ বৃদ্ধি লকডাউন।
- ৮ জুনৰ পৰা খুলিব পাৰিব শ্বপিং মল আৰু ৰেষ্টুৰেন্ট।
- পঞ্চম পৰ্যায়ৰ লকডাউনৰ বাবে জাৰি কৰা হৈছে নতুন গাইডলাইন।
- কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এই সন্দৰ্ভত জাৰি কৰিছে নিৰ্দেশ।
- ১ জুনৰ পৰা ৩০ জুনলৈকে পঞ্চম পৰ্যায়ৰ লকডাউন জাৰি।
- নিশা জাৰি কৰা সান্ধ্য আইনৰ সময়ো সালসলনি কৰা হৈছে।
- নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈকে দেশজুৰি জাৰি কৰা হ'ব সান্ধ্য আইন।
Code:
Asomiya Pratidin
www.asomiyapratidin.in