Published on:
Updated on:
- ৭ ফেব্ৰুৱাৰীত বন্ধ থাকিব কেবাখনো জিলা।
- বড়ো শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ উপলক্ষ্যে 'বিজয় উৎসৱ'পালনৰ বাবে ৰাজ্যপালে জিলা কেইখনত স্থানীয় বন্ধ ঘোষণা কৰিছে।
- বিটিএডিৰ অন্তৰ্গত জিলা কোকাৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰিত স্থানীয় বন্ধ ঘোষণা।
- ৭ ফেব্ৰুৱাৰীত বিটিএডি এলেকাৰ নিৰ্দিষ্ট জিলাকেইখনত থকা ৰাজ্য চৰকাৰৰ অন্তৰ্গত সকলো কাৰ্যালয় বন্ধ থাকিব।
- উল্লেখ্য যে, সেইদিনাই অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
- কোকৰাঝাৰৰ জংক্ৰিথাই পথাৰত ইতিমধ্যে আৰম্ভ হৈছে প্ৰধানমন্ত্ৰী মোডীক আদৰাৰ প্ৰস্তুতি।
Code:
Asomiya Pratidin
www.asomiyapratidin.in