দিপালী বৰঠাকুৰৰ জীৱন পঞ্জী

দিপালী বৰঠাকুৰৰ জীৱন পঞ্জী

author-image
asomiyapratidin
New Update
দিপালী বৰঠাকুৰৰ জীৱন পঞ্জী

জন্ম- ১৯৪১ চনৰ ৩০ জানুৱাৰী

Advertisment

মৃত্যু- ২০১৮ৰ ২১ ডিচেম্বৰ

জন্মস্থান- নীলমণি চাহ বাগিচা

পিতৃৰ নাম- বিশ্বনাথ বৰঠাকুৰ

মাতৃৰ নাম- আইমণি বৰঠাকুৰ

  • ১৯৪৭ চনত প্ৰথম গায়িকা ৰূপে আত্মপ্ৰকাশ।
  • মইনা মেলৰ জৰিয়তে গায়িকা ৰূপে আত্মপ্ৰকাশ কৰিছিল দিপালী বৰঠাকুৰে।
  • ১৯৫৬ চনত সংগীত নাটক একাডেমীয়ে আয়োজন কৰা সংগীত প্ৰতিযোগীতাত শ্ৰেষ্ঠ সংগীত শিল্পীৰ খিতাপ লাভ।
  • অনাতাঁৰ কেন্দ্ৰৰো স্বীকৃতিপ্ৰাপ্ত শিল্পী আছিল দিপালী বৰঠাকুৰ।
  • ১৯৫৯ চনত ভোগালী নামৰ সংগীতালক্ষ্যত গীত পৰিৱেশন কৰিছিল দিপালি বৰঠাকুৰে।
  • ৫০ দশকত লতাশিলৰ বিহুতলীত গীত পৰিৱেশন কৰিছিল দিপালী বৰঠাকুৰে।
  • ১৯৬৮ চনত ২৭ বসছৰ বয়সত ধৰা পৰিছিল তেওঁৰ মটৰ-নিউৰণ ৰোগ।
  • বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল ১৯৭৬ চনত।
  • ১৯৯৮ চনত পদ্মশ্ৰী সন্মান যঁচা হৈচিল দিপালী বৰঠাকুৰক।