আদালতৰ ভুৱা ৰায় আৰক্ষীক দি গ্রেপ্তাৰ অধিবক্তা

আদালতৰ ভুৱা ৰায় আৰক্ষীক দি গ্রেপ্তাৰ অধিবক্তা
  • আদালতৰ ভুৱা ৰায় আৰক্ষীক দি গ্রেপ্তাৰ অধিবক্তা ।

  • অধিবক্তাজনৰ নাম প্রতীক মজুমদাৰ ।

  • জামিনৰ ভুৱা ৰায় প্রাগজ্যোতিষপুৰ থানাত দাখিল কৰিছিল ।

  • অতিঃ জিলা ন্যায়াধীশৰ চহীও জাল কৰি ব্যৱহাৰ কৰিছিল ৰায়ত ।

  • অভিযুক্তৰ গোচৰৰ ভিত্তিত পাণবজাৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰে ।

  • আৰ্মছ এক্টৰ এটা গোচৰত ভুৱা জামিনৰ ৰায় আৰক্ষীক দিছিল ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in