New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/38d8d1ed-50e2-48af-96c8-7a964315bd51/111.jpg)
আদালতৰ ভুৱা ৰায় আৰক্ষীক দি গ্রেপ্তাৰ অধিবক্তা ।
অধিবক্তাজনৰ নাম প্রতীক মজুমদাৰ ।
জামিনৰ ভুৱা ৰায় প্রাগজ্যোতিষপুৰ থানাত দাখিল কৰিছিল ।
অতিঃ জিলা ন্যায়াধীশৰ চহীও জাল কৰি ব্যৱহাৰ কৰিছিল ৰায়ত ।
অভিযুক্তৰ গোচৰৰ ভিত্তিত পাণবজাৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰে ।
আৰ্মছ এক্টৰ এটা গোচৰত ভুৱা জামিনৰ ৰায় আৰক্ষীক দিছিল ।