কোন দল কিমান আগবাঢ়ি আছে, অতি শেহতীয়া খবৰ

কোন দল কিমান আগবাঢ়ি আছে, অতি শেহতীয়া খবৰ

author-image
asomiyapratidin
New Update

২০১৮ চনৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা আজি হৈ আছে ৰাজ্যজুৰি। ২৬খন জিলাৰ ৪০টা ভোট গ্ৰহণ কেন্দ্ৰত চলিছে ভোটগণনা। আবেলি ৪.৩০ বজালৈকে পোৱা তথ্য অনুসৰি পঞ্চায়ত নিৰ্বাচনৰ ফলাফল এনেধৰণৰ-

Advertisment

জিলা পৰিষদৰ সদস্যঃ

  • মুঠঃ ৪২০
  • কংগ্ৰেছঃ ৯ (জয়/অগ্ৰগতি)
  • বিজেপিঃ ৭ (জয়/অগ্ৰগতি)
  • অগপঃ ৪ (জয়/অগ্ৰগতি)
  • এ আই ইউ ডি এফঃ ০ (জয়/অগ্ৰগতি)

গাঁও পঞ্চায়তৰ সভাপতিঃ

  • মুঠঃ ২১৯৯
  • কংগ্ৰেছঃ ৬৩
  • বিজেপিঃ ১২৬
  • অগপঃ ১৭
  • এ আই ইউ ডি এফঃ ৩
  • অন্যান্যঃ ৬

আঞ্চলিক পঞ্চায়তৰ সদস্যঃ

  • মুঠঃ ২১৯৯
  • কংগ্ৰেছঃ ৪০
  • বিজেপিঃ ৭১
  • অগপঃ ৯
  • এ আই ইউ ডি এফঃ ৩
  • অন্যান্যঃ ৯

গাঁও পঞ্চায়তৰ সদস্যঃ

  • মুঠঃ ২১৯৯০
  • কংগ্ৰেছঃ ৩৫০
  • বিজেপিঃ ৬২৫
  • অগপঃ ১৩৪
  • এ আই ইউ ডি এফঃ ২৯
  • অন্যান্যঃ ৯৯