Published on:
Updated on:
- লংকাৰ শ্বিলং পথৰ গংগা হোটেলত অঘটন।
- হোটেলৰ ৫ নং কোঠাত চিপ লোৱা অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ।
- যুৱকজনৰ নাম লালু প্ৰসাদ যোশী।
- ওমৰাংচুৰ ৰংগাটিংৰ নেপালীবস্তিত ঘৰ ২৪ বছৰীয়া যুৱকজনৰ।
- হোটেলৰ কোঠা ভাড়াত লৈ নৈশযাপন কৰিছিল যুৱকজনে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in