লংকাৰ মহাত্মা গান্ধী পথত চুৰিকাণ্ড

লংকাৰ মহাত্মা গান্ধী পথত চুৰিকাণ্ড
  • লংকাৰ মহাত্মা গান্ধী পথত চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে।

  • নৱকান্ত বৰা নামৰ লোকজনৰ ঘৰত সংঘটিত হৈছে এই চুৰিকাণ্ড।

  • গৃহস্থ নথকাৰ সুযোগত চোৰে ভেণ্টিলেচন ভাঙি প্রৱেশ কৰি লণ্ড-ভণ্ড কৰে।

  • ঘৰটোত ভাৰাতীয়া হিচাপে আছিল নৱকান্ত বৰা।

  • লুটি নিলে নগদ ৫০ হাজাৰ টকা।

  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত এতিয়াও অব্যাহত আছে।

লংকাৰ মহাত্মা গান্ধী পথত চুৰিকাণ্ড
নগাঁও বাইপাছত চলন্ত বাছত অগ্নিকাণ্ড

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in