Published on:
Updated on:
- লামডিঙ বন বিভাগৰ সাফলতা।
- আজি লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা এটা বনদস্যু আটক৷
- লামডিং সংৰক্ষিত বনাঞ্চলৰ বাচবাড়ি অঞ্চলৰ পৰা ২২ বছৰীয়া চোৰাং চোৰাক লামডিং বন বিভাগে আটক কৰে।
- বাচবাৰী অঞ্চলৰ বনাঞ্চলৰ ভিতৰত গছ কাটি থকা অৱস্থাত আটক কৰে যুৱক জনক৷
- বিগত বহু দিন ধৰি লামডিং সংৰক্ষিত বনাঞ্চলত একাংশই বন ধংসযজ্ঞ চলাই আহিছিল ৷
- আজি লামডিঙ বনবিভাগৰ তহলদাৰী এটা দলে আটক কৰিব সক্ষম হয়।
- আটক কৰা যুৱকজন নখুঁতিৰ তহৰ আলি ৷
Code:
Asomiya Pratidin
www.asomiyapratidin.in