New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
লখিমপুৰৰ পাইলট প্রশিক্ষণ কেন্দ্রত অঘটন
পাইলট প্রশিক্ষণ বিমানৰ অৱতৰণত বিজুতি
লীলাবাৰী বিমান কোঠত সংঘটিত এই ঘটনা
অৱতৰণৰ সময়ত চকা মুকলি নোহোৱাত সমস্যাৰ সন্মুখীন
অৱশেষত পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থাপনাৰ অন্তত বিমানখনৰ অৱতৰণ।
Also Read: কঁঠালবাৰী গাঁৱত 'আমাৰ গাঁও আমাৰ সমস্যা' শীৰ্ষক কাৰ্যসূচী