New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/8fd3b229-4801-430a-be6f-90220fa348c8/gahori.jpg)
AFRICAN SWINE FEVERৰ পাদুৰ্ভাৱ ৷
লখিমপুৰৰ লামু গাঁৱত ৯০৪ টা গাহৰি নিধন পশু পালন বিভাগৰ ৷
ৰতন গগৈৰ ফাৰ্মত নিধন এই গাহৰি ৷
কেইবা কোটি টকাৰ লোকচানৰ সন্মুখীন গাহৰি পালকজন।
২০২০ ৰ পৰা আফ্ৰিকান চুৱাইন ফেভাৰৰ পাদুৰ্ভাৱ ৰাজ্যত অব্যাহত আছে ৷
আজিলৈকে ভেকচিন দিয়াৰ ব্যৱস্থা কৰিব পৰা নাই পশু পালন বিভাগে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us