New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/drugs-lakhim.jpg)
- লখিমপুৰ আৰক্ষীৰ বিশেষ অভিযান।
- লখিমপুৰৰ বান্দৰদেৱাত হেৰইনসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী।
- হাচেন আলি, আৰু আমিৰ উদ্দিন নামৰ দুই ড্ৰাগচৰ বেপাৰীৰ পৰা ৪২.৫০ গ্ৰাম হেৰইন উদ্ধাৰ।
- বিহপুৰীয়াৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ দুয়ো।
- আহত আমিৰ উদ্দিনকচিকিৎসালয়লৈ প্ৰেৰণ ৷
- উদ্ধাৰ কৰা ড্ৰাগছৰ মূল্য প্ৰায় ৩০ হেজাৰ টকা ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us