New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/police-arrested-thief-newsface.jpg)
প্ৰতীকি ফটো
- লখিমপুৰত বিদ্যালয় উপ পৰিদৰ্শকৰ কাৰ্যালয়ৰ কেৰাণীক গ্রেপ্তাৰ।
- লখিমপুৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰে কেৰাণী সোমেশ্বৰ নাথক।
- নাথৰ বিৰুদ্ধে সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ত ধনৰ লেনদেনৰ অভিযোগ।
- চাকৰিৰ নামত ঢকুৱাখনাৰ পুতুমনী চুতীয়াৰ পৰা ২.৫০ লাখ টকা উৎকোচ।
- ২০১৬ চনত পুতুমনী চুতীয়াৰ পৰা পুত্রক চাকৰি দিয়াৰ নামত লৈছিল ধন।