New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/08/iAIsAAoauaeAyAAI-¿sAiAfb90-ce93-4fce-98bb-c555f6674346.jpg)
- হঠাৎ প্ৰলয়ংকাৰী বানৰ কৱলত লখিমপুৰ।
- অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে ৰঙানদী আৰু শিঙৰা নৈৰ জলস্তৰ।
- শিঙৰা নৈতিৰ বাঢ়নী পাতনী ছিঙিল দ'লহাট ফুলবাৰী সংযোগী গড়কাপ্টানী পথ।
- তদুপৰি, বানে উটুৱাই নিলে দ'লহাটৰ ১০টাৰো অধিক বাসগৃহ।
- বানত উটি গ'ল তিনিজনকৈ লোক।
- লগতে উদ্ধাৰ কৰা হৈছে এটা মৃতদেহ।
- উদ্ধাৰ হোৱা মৃতদেহটো সুনীল দাস নামৰ এজন ব্যক্তিৰ।
- ইফালে, সন্ধানহীন হৈ আছে আন তিনিজন।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us
 Follow Us