লখিমপুৰৰ ধলপুৰত পত্নীয়ে ঘপিয়াই হত্যা কৰিলে স্বামীক…

লখিমপুৰৰ ধলপুৰত পত্নীয়ে ঘপিয়াই হত্যা কৰিলে স্বামীক…
  • লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ধলপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড।
  • ঢলপুৰ আৰক্ষী চকীৰ অন্তৰ্গত কাঠনি মাজ গাঁৱত নিশা পত্নীয়ে দাৰে ঘপিয়াই শিৰচ্ছেদ কৰি হত্যা কৰিলে স্বামীক ।
  • ৫ টা সন্তানৰ মাতৃ গুনেশ্বৰী বৰকটকীয়ে মিট দাৰে ঘপিয়াই শিৰচ্ছেদ কৰিলে স্বামী বুধিৰাম বৰকটকীক পতিহন্তা পত্নীয়ে কটা মুৰ মোনাত ভৰাই মাজৰাতি ৫ কিলোমিটাৰ দুৰত্বৰ ধলপুৰ আৰক্ষী চকীত আত্মসমৰ্পণ কৰে ।
  • পাৰিবাৰিক কন্দলৰ ফলতেই এনে নৃশংস ঘটনা সংঘটিত হয় ।
  • প্ৰায়েই স্বামী বুধিৰামে অত্যাধিক মদ্যপান কৰি আহি পত্নী-কন্যাক মাৰধৰ কৰে ।
  • ফলত অতিস্ত হৈ অৱশেষত এনে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হয় ।।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in