New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/nara.jpg)
- লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ধলপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড।
- ঢলপুৰ আৰক্ষী চকীৰ অন্তৰ্গত কাঠনি মাজ গাঁৱত নিশা পত্নীয়ে দাৰে ঘপিয়াই শিৰচ্ছেদ কৰি হত্যা কৰিলে স্বামীক ।
- ৫ টা সন্তানৰ মাতৃ গুনেশ্বৰী বৰকটকীয়ে মিট দাৰে ঘপিয়াই শিৰচ্ছেদ কৰিলে স্বামী বুধিৰাম বৰকটকীক পতিহন্তা পত্নীয়ে কটা মুৰ মোনাত ভৰাই মাজৰাতি ৫ কিলোমিটাৰ দুৰত্বৰ ধলপুৰ আৰক্ষী চকীত আত্মসমৰ্পণ কৰে ।
- পাৰিবাৰিক কন্দলৰ ফলতেই এনে নৃশংস ঘটনা সংঘটিত হয় ।
- প্ৰায়েই স্বামী বুধিৰামে অত্যাধিক মদ্যপান কৰি আহি পত্নী-কন্যাক মাৰধৰ কৰে ।
- ফলত অতিস্ত হৈ অৱশেষত এনে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হয় ।।