Published on:
Updated on:
- নগাঁও জিলাৰ ৰাঙলুত উত্তেজনা।
- ৰাঙলুৰ উৰিযাগ্ৰাণ্ট টুবুকিৰ চামচুল হক নামৰ লোকজনৰ ঘৰৰ পৰা সোনৰ গহনা আৰু লক্ষাধিক টকা লৈ উধাও মহিলা।
- ৰাঙলুৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ স্থানীয় লোক আৰু গাঁওৰক্ষী বাহিনীযে আটক কৰি আৰক্ষীক গতাই মহিলা গৰাকীক।
- মহিলা গৰাকীৰ ঘৰ বৰভেটিত বুলি জনা গৈছে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in