বাগিচাৰ কলঘৰৰ মেচিনত সোমাই শ্রমিকৰ কৰুণ মৃত্যু

গহপুৰৰ দফলাগড় চাহ বাগিচাত অঘটন। বাগিচাৰ কলঘৰৰ মেচিনত সোমাই শ্রমিকৰ কৰুণ মৃত্যু।

author-image
Asomiya Pratidin
New Update
বাগিচাৰ কলঘৰৰ মেচিনত সোমাই শ্রমিকৰ কৰুণ মৃত্যু

  • গহপুৰৰ দফলাগড় চাহ বাগিচাত অঘটন।

  • বাগিচাৰ কলঘৰৰ মেচিনত সোমাই শ্রমিকৰ কৰুণ মৃত্যু।

  • সোমবাৰে সংঘটিত হয় এই ঘটনা।

  • শ্রমিকজনৰ নাম সুখমন মুণ্ডা।

  • মেচিনত চাহপাত ঢালি থকা সময়তে সংঘটিত এই ঘটনা।

  • অসাৱধানবশতঃ কোনো লোকে চলাই দিছিল মেচিনৰ পাংখা।

  • পাংখাত সোমাই টুকুৰা-টুকুৰ হ’ল শ্রমিকজনৰ শৰীৰ।

  • বাগিচাখনৰ ১৬নং লাইনৰ বাসিন্দা আছিল সুখমন মুণ্ডা।

Assam police