New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/af3a61f9-4a25-4d28-93bc-d339dfe183f5/aimu.jpg)
বিলাসীপাৰাৰ নয়াহাটত ভয়ংকৰ ঘটনা।
জল জীৱন মিছন আঁচনিৰ টেংকীত পৰি দুই শ্রমিকৰ মৃত্যু।
মঙলবাৰে সংঘটিত হয় এই ঘটনা।
ফকিৰাণীৰঝাৰত সংঘটিত এই ঘটনা।
কাম কৰি থকাৰ সময়ত টেংকিত সোমাই গৈছিল ৩ শ্রমিক।
ৰাইজৰ সহযোগত অগ্নিনিৰ্বাপক বাহিনীৰ লোকে উদ্ধাৰ কৰে লোককেইজনক।
ইয়াৰে অক্সিজেনৰ অভাৱত দুজন শ্রমিকৰে মৃত্যু।
মৃত এজন শ্রমিকক ঝৰো শ্বেখ বুলি চিনাক্ত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us