জালত মাছ নহয়, এগৰাকী মহিলা! ৫ যুৱকৰ নিৰ্যাতন

  • কোকৰাঝাৰত জঘন্য ঘটনা।
  • এগৰাকী মহিলাক ৫ যুৱকৰ নিৰ্যাতন।
  • জালেৰে মেৰিয়াই বান্ধি লৈ চলাইছিল নিৰ্যাতন।
  • ডাইনী সন্দেহত এই অকথ্য শাস্তি।
  • কাজিগাঁৱৰ মুছলঝোৰাত সংঘটিত হৈছে এই জঘন্য কাণ্ড।
  • আৰক্ষী গৈহে উদ্ধাৰ কৰে মহিলাগৰাকীক।
  • প্ৰায় ২৪ ঘণ্টাৰ পাছত মহিলাগৰাকীক উদ্ধাৰ কৰে আৰক্ষীয়ে।
  • মহিলাগৰাকীৰ অৱস্থা সংকটজনক।
  • বৰ্তমান গৌৰীপুৰ চিকিৎসালয়ত চিকিৎসাধীন মহিলাগৰাকী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in