পানবজাৰ থানাত ৰখা হৈছে ধৈৰ্য কোৱৰক

  • পানবজাৰ থানাত ৰখা হৈছে কৃষক নেতা ধৈৰ্য কোৱৰক।
  • কিছু সময়ৰ পূৰ্বে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।
  • তেওঁৰ লগতে গ্ৰেপ্তাৰ কৰা হৈছিল আন দুজন প্ৰতিবাদীক।
  • জানিব পৰা মতে, অখিল গগৈক গ্ৰেপ্তাৰ সম্পৰ্কত এখন সংবাদমেল সম্বোধনৰ বাবে যোৱাৰ সময়তে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in