New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/06/ugrapanthyyy.jpg)
- মেঘালয়ত অপহৃত মানকাচৰ এআইইউডিএফৰ ইউডিএছএফৰ জিলা সভাপতি শ্বাহজাহান বাদশ্বাহ উদ্ধাৰ।
- ৪ মে' তাৰিখে মেঘালয়ৰ দক্ষিণ পশ্চিম গাৰো পাহাৰ জিলাৰ আমপাতিৰ জিকজাকত অপহৰণ হৈছিল বাদশ্বাহ।
- ৪৩ দিনৰ অন্তত তেওঁক গাৰো উগ্ৰপন্থীয়ে মুকলি কৰি দিয়ে।
- বৃহৎ ধনৰ লেন দেনৰ পাছত তেওঁক মুকলি কৰি দিয়া বুলি জানিব পৰা গৈছে।
- বৰ্তমান বাদশ্বাহ আহি উপস্থিত হৈছেহি বাসগৃহত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us