Published on:
Updated on:
- নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ত প্ৰতিবাদ।
- জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে ওলাই আহিল কেবা শ ছাত্ৰ-ছাত্ৰী।
- সকলোৱে কেব বাতিল কৰাৰ দাবী তোলে।
- হাতে হাতে বেনাৰ, পোষ্টাৰ লৈ চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল প্ৰতিবাদ।
- নাগৰিকত্ব সংশোধনী বিধেয়ক যিকোনো মূল্যৰ বিনিময়ত বাতিল কৰাৰ দাবী।
- ছাত্ৰ-ছাত্ৰীসকলে বিজেপি গ' বেক ধ্বনি দিয়ে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in