/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/2a8e94f8-4ee1-4dab-b55a-8f4cf0c07bb2/download.jpg)
-
ডিব্রুগড় কাৰাগাৰলৈ পুনৰ অনা হ’ল আন এজন খালিস্তানীক।
-
অমৃত পাল সিঙৰ দেহৰক্ষী বৰিন্দৰ সিঙক অনা হৈছে ডিব্রুগড়লৈ।
-
ইতিমধ্যে ডিব্রুগড় কাৰাগাৰত আছে ৭জনকৈ খালিস্তানী।
-
অন্যহাতে অমৃত পাল সিং এই পৰ্যন্ত পলাতক অৱস্থাত আছে।
-
পঞ্জাৱ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে অমৃত পাল সিং সন্দৰ্ভত।