Published on:
Updated on:
- কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা
- ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰৰ এখন দলঙত সংঘটিত হয় দুৰ্ঘটনাটো।
- আল্ট্ৰা বাচ আৰু কণ্টেইনাৰ ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হোৱা পথ দুৰ্ঘটনাটো শিশু-মহিলা সহ আহত ১১।
- জানিব পৰা মতে, কণ্টেইনাৰৰ চালক যুগল বনাইকৰ অৱস্থা সংকটজনক।
- আঘাট প্ৰাপ্ত সকলক জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি।
Code:
Asomiya Pratidin
www.asomiyapratidin.in