/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/485da035-d9b8-4daa-a6d7-6095ec358cf1/rhino_poacher.jpg)
প্ৰতীকি ফটো
-
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ মৃতদেহ উদ্ধাৰ
-
কহঁৰা বনাঞ্চলৰ মিঠুনমাৰী বন শিৱিৰ এলেকাৰ বিলত উদ্ধাৰ হৈছে উৱলি যোৱা গঁড়ৰ মৃতদেহটো ৷
-
উদ্ধাৰ হোৱা গঁড়ৰ মৃতদেহটোৰ পৰা উদ্ধাৰ হোৱা নাই খৰ্গ ৷
-
বন বিভাগৰ মতে গঁড়টোৰ স্বাভাৱিক মৃত্যু হৈছে আৰু খৰ্গটো বিলৰ পানীত পৰি যোৱাৰ সন্দেহ ৷
-
খৰ্গটোৰ সন্ধানত বন বিভাগৰ অভিযান অব্যাহত ৷