ট্ৰাকৰ খুন্দাত আহত গঁড়টোৰ সন্ধান লাভ বন বিভাগৰ

কাজিৰঙাত ট্ৰাকৰ খুন্দাত আহত গঁড়ৰ সন্ধান লাভ বন বিভাগৰ।
ট্ৰাকৰ খুন্দাত আহত গঁড়টোৰ সন্ধান লাভ বন বিভাগৰ
User
  • কাজিৰঙাত ট্ৰাকৰ খুন্দাত আহত গঁড়ৰ সন্ধান লাভ বন বিভাগৰ।

  • ড্ৰ'ণৰ সহায়ত লাভ কৰা গৈছে গঁড়টোৰ সন্ধান ।

  • বৰ্তমান সুস্থ অৱস্থাত আছে গঁড়টো।

  • কেইদিনমান পূৰ্বে ট্ৰাকে খুন্দিয়াইছিল গঁড়টো।

  • তাৰ পাছতেই হৈ আছিল সন্ধানহীন।

  • অৱশেষত আজি সন্ধান ওলাল গঁড়টোৰ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in