New Update
User
কাজিৰঙাত ট্ৰাকৰ খুন্দাত আহত গঁড়ৰ সন্ধান লাভ বন বিভাগৰ।
ড্ৰ'ণৰ সহায়ত লাভ কৰা গৈছে গঁড়টোৰ সন্ধান ।
বৰ্তমান সুস্থ অৱস্থাত আছে গঁড়টো।
কেইদিনমান পূৰ্বে ট্ৰাকে খুন্দিয়াইছিল গঁড়টো।
তাৰ পাছতেই হৈ আছিল সন্ধানহীন।
অৱশেষত আজি সন্ধান ওলাল গঁড়টোৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us