New Update
- ঘোষণা হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ছাৰ্ভিচ এক্সেলেঞ্চ এৱাৰ্ড, ২০১৯।
- কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৩ বনকৰ্মীলৈ বঁটা আগবঢ়াব জাংগল ৰিডমে।
- ৩ জন সৰ্বশ্ৰেষ্ঠ বনবিষয়া আৰু বনৰক্ষীলৈ বঁটা।
- বন্যপ্ৰাণী ৰক্ষাৰ হকে সুন্দৰভাৱে কাৰ্য সম্পাদন কৰাৰ বাবে ঘোষণা কৰা হৈছে এই বঁটা।
- কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূব মণ্ডলৰ ৰেঞ্জ বিষয়া ধৰণীধৰ বৰালৈ আগবঢ়োৱা হ'ব বঁটা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/71595cee-a862-41dd-a636-467b6526ae9d-1.jpg)
- বনৰক্ষী মিন্টু বৰালৈও আগবঢ়োৱা হ'ব বঁটা।
- বনৰক্ষী মাণিক আলীলৈও আগবঢ়োৱা হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ছাৰ্ভিচ এক্সেলেঞ্চ এৱাৰ্ড, ২০১৯।