কৰিমগঞ্জৰ ভোটগণনা কেন্দ্ৰত আৰক্ষীৰ লাঠীচালনা

কৰিমগঞ্জৰ ভোটগণনা কেন্দ্ৰত আৰক্ষীৰ লাঠীচালনা

author-image
asomiyapratidin
New Update
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ শেহতীয়া খবৰ

  • কৰিমগঞ্জৰ ভোটগণনা কেন্দ্ৰত উত্তেজনা।
  • এম এম চি বালিকা বিদ্যালয়ত থকা ভোটগণনা কেন্দ্ৰত আৰক্ষীৰ লাঠীচালনা।
  • প্ৰাৰ্থী-এজেণ্টক ভিতৰলৈ যাব নিদিয়াক কেন্দ্ৰ কৰি এই সংঘাত।
  • বিশৃংখল পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কৰিব লগা হৈছে লাঠীচালনা।
  • ১১ বজালৈকে ভোটগ্ৰহণ কেন্দ্ৰটোত আৰম্ভই হোৱা নাই ভোটগণনা পৰ্ব।