Published on:
Updated on:
- কৰিমগঞ্জত পথ দুৰ্ঘটনাই প্ৰাণ ল'লে এজন লোকৰ।
- জিলাখনৰ ছলগৈত নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত পৰিল এখন ৱেগনাৰ বাহন।
- দুৰ্ঘটনাত থিতাতে নিহত হয় বাহনখনৰ চালক।
- গুৰুতৰভাৱে আহত ৩জন যাত্ৰী।
- আহত কেইজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in