কৰিমগঞ্জ ৰে’ল ষ্টেচনত ১৪ কোটি টকা মূল্যৰ নিচাজাতীয় টেবলেট জব্দ

কৰিমগঞ্জ ৰে’ল ষ্টেচনত ১৪ কোটি টকা মূল্যৰ নিচাজাতীয় টেবলেট জব্দ

author-image
asomiyapratidin
New Update
কৰিমগঞ্জ ৰে’ল ষ্টেচনত ১৪ কোটি টকা মূল্যৰ নিচাজাতীয় টেবলেট জব্দ

  • সোমবাৰে কৰিমগঞ্জ ৰে'ল ষ্টেচনত জব্দ প্ৰায় ১৪০০ পেকেট নিচাজাতীয় টেবলেট।
  • শিলচৰ-আগৰতলা যাত্ৰীবাহী ৰে'লখনৰ পৰা জব্দ কৰা হয় টেবলেটখিনি।
  • আৰ পি এফৰ অভিযানত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ টেবলেটখিনি।
  • জব্দকৃত টেবলেটখিনিৰ বজাৰ মূল্য প্ৰায় ১৪ কোটি টকা।
  • প্ৰায় ১৮ কেজি ওজনৰ টেবলেটখিনি দুটা গৰাকীবিহীন বেগৰ পৰা উদ্ধাৰ কৰে আৰ পি এফে।
  • ঘটনা সন্দৰ্ভত বৰ্তমানলৈ কোনো ব্যক্তিক আটক কৰা হোৱা নাই।