New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/01/karbi-anglong.jpg)
- গণতন্ত্ৰ দিৱসৰ পূৰ্বে কাৰ্বি আংলঙৰ সিংহাসন পাহাৰত আৰক্ষী আৰু চিআৰপিএফ অভিযান।
- উগ্ৰপন্থীৰ বিৰদ্ধে চলে এই অভিযান৷
- দলটোৱে ইউপিআৰএফৰ ( মাৰ্টিন গোট) ৩ জনকেডাৰক পিট আইজল এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰে ৷
- উগ্ৰপন্থী দলটোৰ পৰা এটা পিষ্টল আৰু দুই ৰাউণ্ড সজীৱ গুলী উদ্ধাৰ কৰে ৷
- ৩গৰাকী উগ্ৰপন্থীৰ ভিতৰত অৰ্জুন নামৰ কেডাৰজন দলটোৰ শীৰ্ষ নেতা ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us