New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/drgs-3-copy.jpg)
- স্বাধীনতা দিৱসৰ পূৰ্বে কাৰ্বি আংলং আৰক্ষীৰ বৃহৎ সাফল্য।
 - বোকাজানত ২.১৭ কেজি পৰিমাণ ড্ৰাগছ জব্দ।
 - অসম নাগালেণ্ডৰ সীমান্তৰ লাহৰিজানত এক বিশেষ সূত্ৰৰ পম খেদি জব্দ কৰে ড্ৰাগছখিনি।
 - কম্বলৰ মাজত লুকুৱাই আনিছিল ১৫০ পেকেট ড্ৰাগছ।
 - ড্ৰাগছ সৰবৰাহকাৰী এহাল নগা দম্পত্তিক আটক কৰে খটখটি আৰক্ষীয়ে।
 - ধৃত ৰজি ৰেংমেই আৰু আংমা কামেইক আটক আৰক্ষীৰ।
 - জব্দকৃত ড্ৰাগছ খিনিৰ বজাৰ মূল্য প্ৰায় ৬ কোটিতকৈ অধিক বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকে।
 - ডিমাপুৰৰ পৰা অসমলৈ আনিছিল ড্ৰাগছখিনি।
 
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us