ভয়ংকৰ পথ দুৰ্ঘটনা! কাৰ্বিআংলঙত বাছ-টেংকাৰৰ সংঘৰ্ষ, থিতাতে নিহত ৪জন…

ভয়ংকৰ পথ দুৰ্ঘটনা! কাৰ্বিআংলঙত বাছ-টেংকাৰৰ সংঘৰ্ষ, থিতাতে নিহত ৪জন…
  • কাৰ্বি আংলঙৰ মানজাৰ আপাৰ মহংদিজোৱাত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা।
  • ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথত বাছ আৰু ট্ৰেংকাৰৰ মুখামুখী সংঘৰ্ষ।
  • দুৰ্ঘটনাত ৪ জন লোক থিতাতে নিহত বুলি জানিব পৰা গৈছে।
  • মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা।
  • উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে মানজা আৰক্ষীয়ে।
  • বাছখন ডিফুৰ পৰা নগাঁও অভিমুখে গৈ আছিল।
  • স্থানীয় লোকে জনোৱা মতে, দুৰ্ঘটনা সংঘটিত কৰাৰ পাছতেই পলায়ন কৰে বাছ চালকজনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in