New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/huihii.jpg)
- কপিলী নদীত কামপুৰ ন দেউৰী গাঁৱৰ নিৰুদিষ্ট কিশোৰৰ মৃতদেহ উদ্ধাৰ ।
- কামপুৰৰ টকৌডুবিত উদ্ধাৰ মৃতদেহটো ৷
- পুৱা পানীত ওপঙি থকাৰ অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয়লোকে।
- মঙলবাৰে বিয়লি কপিলী নদীত চাৰিজন সমনীয়াৰ সতে নাৱৰ ওপৰত খেলি থকা অৱস্থাত নাৱৰ পৰি পানীত পৰি সন্ধানহীন হৈছিল মনদ্বীপ নামৰ কিশোৰজন ৷
- কপিলীত পূজা অৰ্চনা কৰি স্থানীয় লোকৰ লগতে এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছিল ।