কপিলী নদীত কামপুৰৰ নিৰুদিষ্ট কিশোৰৰ মৃতদেহ উদ্ধাৰ…

কপিলী নদীত কামপুৰৰ নিৰুদিষ্ট কিশোৰৰ মৃতদেহ উদ্ধাৰ…
  • কপিলী নদীত কামপুৰ ন দেউৰী গাঁৱৰ নিৰুদিষ্ট কিশোৰৰ মৃতদেহ উদ্ধাৰ ।
  • কামপুৰৰ টকৌডুবিত উদ্ধাৰ মৃতদেহটো ৷
  • পুৱা পানীত ওপঙি থকাৰ অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয়লোকে।
  • মঙলবাৰে বিয়লি কপিলী নদীত চাৰিজন সমনীয়াৰ সতে নাৱৰ ওপৰত খেলি থকা অৱস্থাত নাৱৰ পৰি পানীত পৰি সন্ধানহীন হৈছিল মনদ্বীপ নামৰ কিশোৰজন ৷
  • কপিলীত পূজা অৰ্চনা কৰি স্থানীয় লোকৰ লগতে এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছিল ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in