New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/kankana-file-photo.jpg)
ফাইল ফটো
- মহানগৰীত বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰানাৱট।
- কামাখ্যা মন্দিৰ দৰ্শন কৰিলে অভিনেত্ৰী গৰাকীয়ে।
- বলীউডৰ মোহময়ী অভিনেত্ৰীগৰাকীক চাবলৈ কামাখ্যা মন্দিৰত অসংখ্য লোকে ভিৰ কৰে।
- মুক্তি পাবলগীয়া নতুন ছবিৰ সফলতা কামনা কৰি মা কামাখ্যাৰ আশিস ল'লে তেওঁ।
- গুৱাহাটীলৈ আহি ভাল লগা বুলি সাংবাদিকৰ আগত মন্তব্য কৰে তেওঁ।
- উপস্থিত সকলো লোককে বিহুৰ শুভেচ্ছাও জনাই বলীউডৰ মোহময়ী অভিনেত্ৰীগৰাকীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us