অসম মুখ্য-পৃষ্ঠা ১৯ মাৰ্চত বন্ধ কামৰূপ জিলা… ১৯ মাৰ্চত বন্ধ কামৰূপ জিলা… asomiyapratidin 17 Mar 2022 10:30 IST Follow UsNew Updateঅহা ১৯ মাৰ্চত কামৰূপ জিলাত স্থানীয় বন্ধ ঘোষনা ।দৌল উৎসৱ উপলক্ষে এই ঘোষনা কামৰূপ জিলা প্ৰশাসনৰ ।বন্ধ থাকিব চৰকাৰী কাৰ্য্যালয়, বেংক ইত্যাদি ।হাইস্কুল শিক্ষান্ত, উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ আৰু জৰুৰী সেৱাৰ ক্ষেত্ৰত নাই কোনো বাধ্য বাধকতা ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক