প্ৰতীকি ফটো
Published on:
Updated on:
- কামৰূপত বিদ্যুৎস্পৃষ্টৰ ঘটনা।
- বিদ্যুতৰ তাঁৰ ছিগি পথত পৰি থকাৰ বাবে এই ঘটনা।
- পথত পৰি থকা তাঁৰত লাগি বিদ্যুত্স্পৃষ্ট হৈ মৃত্যু এজনৰ।
- মৃত লোকজনৰ নাম নাৰায়ণ ডেকা।
- পুৱা পথাৰলৈ যাওঁতে সংঘটিত হয় এই কৰুণ ঘটনা।
Code:
Asomiya Pratidin
www.asomiyapratidin.in